Discoverবিচিত্ৰ অসমীয়া খবৰ
বিচিত্ৰ অসমীয়া খবৰ
Claim Ownership

বিচিত্ৰ অসমীয়া খবৰ

Author: Earshot

Subscribed: 0Played: 9
Share

Description

শ্ৰেষ্ঠ অসমীয়া পডকাষ্ট শুনিবৰ বাবে লগ ইন কৰক www.earshot.in
16 Episodes
Reverse
কাজিৰঙাৰ দাঁতিৰ এখন চিকাৰী গাঁও কিয় হ'ল পৰ্যটন কেন্দ্ৰ জানিবলৈ শুনক এই প্ৰতিবেদন।
মাজনিশা জুবিনে কিয় ফোন কৰিছিল জোনাক যুগান্তৰ বৰাক। জানিবলৈ শুনক খেয়ালী জুবিনৰ কাহিনী। ,
কিয় বাঘ পুহিছিল জুবিন গাৰ্গৰ পিতৃয়ে। পিছত কি হৈছিল বাঘটোৰ। জানিবলৈ শুনক এই এপিছড।
কিয় এবাৰ এয়াৰপৰ্টত গীত গাইছিল জুবিনে। জানিবলৈ শুনক
কলকাতাৰ ৰাজপথত জুবিন গাৰ্গে লগ পাইছিল এজনী অকলশৰীয়া ছোৱালী। কি হৈছিল ইয়াৰ পিছত। জানিবলৈ শুনক
অসমৰ ভোট জলকীয়া কিদৰে কাশ্মীৰত ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ ব্যৱহাৰ কৰা হৈছে তাৰ শিহৰণকাৰী কাহিনী
ডাইনী সন্দেহত সংঘটিত হত্যাকাণ্ডৰ শেহতীয়া বলি বীৰেন বড়ো। মৃত্যুৰ পূৰ্বে কি কৈ গৈছিল তেওঁ
কলম্বিয়াৰ চিৰিয়াখানাত অসমৰ এটা গঁড়ক কি কৈছিল ভূপেনদাই ? কিয় গামোছা বিক্ৰী কৰি জীৱিকা নিৰ্বাহৰ কথা কৈছিল সুধাকন্ঠই? অসম আন্দোলনৰ সময়ত কিয় শোভাযাত্ৰা উলিয়াইছিল তেওঁ? ইয়েৰশ্বটৰ সতে আছুতীয়া সাক্ষাৎকাৰত এই সকলোবোৰ কলে একালৰ ঘনিষ্ঠ সহযোগী, গীতিকাৰ ছত্ৰধৰ দাসে।
কিদৰে অসমৰ তিনিচুকীয়া জিলাৰ টাই-খামিয়া্ঙসকলে মৃতপ্ৰায় ভাষা জীয়াই ৰাখিবলৈ সংগ্ৰাম কৰিছে।
জুবিন গাৰ্গৰ সতে মনোমালিন‍্য হৈছিল নেকি দিগন্ত ভাৰতীৰ ? নলবাৰীয়া দোৱানত কি ক'লে তেওঁ? অসমৰ ৰেপ সংস্কৃতিৰ বিষয়ে কি মন্তব্য তেওঁৰ ? জানিবৰ বাবে শুনক এই সাক্ষাৎকাৰ।
চাহ জনগোষ্ঠীৰ জনজাতিকৰনৰ পৰা আৰম্ভ কৰি চৰকাৰী নিযুক্তিলৈকে-সকলো দিশ সামৰি চাহ জনজাতি আৰু শ্ৰম বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণৰ সতে সাক্ষাৎকাৰ
এখন কিতাপে আজান পীৰ চাহেবৰ সন্দৰ্ভত সকলো ধাৰণা ওলট পালট কৰি দিছে। কিন্তু কি আছে এই কিতাপখনত ? কেনেকৈ উদ্ধাৰ হ'ল এই কিতাপ? জানিবৰ বাবে শুনক এই পডকাষ্ট।
মাজুলীৰ নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ সত্যজিৎ মহন্তৰ সতে সাক্ষাৎকাৰ
অসমীয়া জাতীয়তাবাদৰ ব্যৰ্থতা সম্পৰ্কত কি কয় নব প্ৰজন্মই?
কোন জয়ী হ'ব তিতাবৰত? কি কয় জাতীয়তাবাদী শিবিৰে
পৰ্তুগীজ মূলৰ মানুহে বসবাস কৰা অসমৰ এখন গাঁৱৰ অকথিত কাহিনী
Comments